Header Ads Widget

Ticker

6/recent/ticker-posts

Covid-19 চিকিৎসা সহায়ৰ বাবে কোনে কিমান টকা দিছে চাওক


 Covid-19 ৰ চিকিৎসা সেৱাৰ সহায়ৰ বাবে কোনোবাই 100 কোটি, কোনোবাই 1 কোটি, কোনোবাই আকৌ লাখ টকাও সহায়ৰ হাত আগবঢ়াইছে সেই সকলৰ ভিতৰত অভিনেতা সকল পিছ পৰি থকা নাই। কোনে কিমান দিছে তাৰ তালিকা ---
আমিৰ খান - 250 কোটি
ছলমান খান - 250 কোটি
অক্ষয় কুমাৰ - 25 কোটি
শ্বাহৰুখ খান - 111 কোটি
অজয় দেৱগণ - 15 কোটি
প্রভাচ - 4 কোটি (3 কোটি ভাৰত চৰকাৰক আৰু 50 লাখকৈ অন্ধ্ৰপ্ৰদেশ আৰু তেলেঙ্গানা চৰকাৰক)
পৱন কল্যাণ - 2 কোটি
অল্ল অৰ্জুন - 1.25 কোটি
মহেশ বাবু - 1 কোটি
ৰাম চৰণ - 70 লাখ
ৰজনীকান্ত - 50 লাখ
কপিল শৰ্মা - 50 লাখ
ঋত্বিক ৰোচন - 20 লাখ
ত্রিবিক্রম - 10 লাখ
অসমৰ মানস ৰবীনে 2 খনকৈ গাওৰ খাদ্য সামগ্ৰীৰ খৰছ দিয়ে।
মহম্মদ ছামী - 5 কোটি
জাহিৰ খান - 2 কোটি
মহম্মদ কাইফ - 1 কোটি
শচীন তেণ্ডুলকাৰ - 50 লাখ
মহেন্দ্ৰ সিং ধোনী - 20 কোটি
স্বর্ণ কন্যা হিমা দাহে এমাহৰ দৰমহা আগবঢ়ালে
ইয়াৰ উপৰিও দেশ মাতৃৰ সেৱা আগবঢ়োৱা দেশৰ আচল হি'ৰো সকল CRPF ৰ সকলো জোৱানে মিলি 33 কোটি 81 লাখ টকা দান দিয়ে।
ভাৰতৰ ২য় তম ধনী ব্যক্তি তথা WIPRO LMT. স্বত্বাধিকাৰী আজীম প্রেমজীয়ে 50,000 কোটি আগবঢ়াই।
সৌৰভ গাংগুলীয়ে দিয়ে 50 লাখ আৰু Parle -G এ 3 কোটি বিস্কুট আগবঢ়াই। আৰু বহুতেই এনেদৰে দান বৰঙণি আগবঢ়াই আছে।
Bajaj কোম্পানীয়ে 100 কোটি টকা দিছে।
Xiaomi কোম্পানীয়ে 1 লাখ মাস্ক আৰু মেডিকেল Suit চৰকাৰী হস্পিতালৰ ডাক্তৰক বিনামূলীয়াকৈ যোগান ধৰিব।
TATA কোম্পানীয়ে মুম্বাইত কৰণাৰ ৰোগীক চিকিৎসা কৰি থকা ডাক্তৰ, নাৰ্ছ সকলক বিনামূলীয়া খোৱা বস্তু দিছে।
মোকেশ আম্বানীয়ে দিলে 500 কোটি।
সিৰদীৰ সাই বাবা মন্দিৰে কৰণাৰ বিৰুদ্ধে যুঁজিবলৈ 51 কোটি টকা দান দিছে।
কলিয়াবৰৰ ব্যৱসায়ী যুৱক কৃষ্ণ মহন্তই হস্পিতাল স্থাপনৰ বাবে ৰাজ্য চৰকাৰলৈ 10 বিঘা মাটি দান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। ইতিমধ্যে এই ইচ্ছা প্রকাশেৰে তেওঁ ৰাজহ বিভাগত আনুষ্ঠানিকতা সম্পন্ন কৰি স্বাস্থ্য মন্ত্রীলৈ পত্ৰ প্রেৰণ কৰিছে।
আৰু কিছুমান আছে সহায়ৰ হাততো দূৰৰে কথা বস্তু সামগ্ৰীৰ দাম বঢ়াই দিছে। হেণ্ড চেনিটাছাৰ, মাস্ক আৰু অন্যান্য সামগ্ৰীৰো দাম বেছিকৈ লয়। আৰে যদি কাৰোবাৰ উপকাৰ কৰিব নোৱাৰা তেনেহলে সুবিধা বুজি ক্ষতি নকৰিব।
সকলোৱেই সজাগ হওক, কিছুদিন ঘৰতেই থাকক, নিজকে ৰক্ষা কৰক।

Post a comment

0 Comments